Tag: ramadan

ৰমজান মাহৰ দ্বিতীয় দশক আৰু মাগফিৰত

লেখকঃ শাহিনুৰ আলম ৰহমত বৰকত আৰু মাগফিৰাতৰ মাহ মাহে ৰমজান। উম্মতে মুহাম্মদীৰ বাবে এক নিয়ামতপূৰ্ণ মাহৰ নাম ৰমজান।এইটো এনে এটা মাহ , যাৰ প্রথম ভাগ ৰহমত, মধ্য ভাগ মাগফিৰাত আৰু শেষভাগ হল জাহন্নামৰ জুইৰ পৰা মুক্তি লাভ। হজৰত আবু হুৰাইৰা ৰাঃ ৰ পৰা বর্ণিত, তেও কয়, ৰছুলুল্লাহ ছঃ য়ে ইৰ্শ্বাদ ফৰ্মাইছে , যিজন ব্যক্তিয়ে ঈমানসহকাৰে আৰু চৱাব লাভৰ উদ্দেশ্যে ৰমজান মাহৰ ৰোজা ৰাখিব…

ৰমজানৰ প্ৰথম দশ দিন আৰু ৰহমত

লেখকঃ শাহিনুৰ আলম হাদিসত আহিছে যে ৰমজানৰ প্রথম দশক হল ৰহমতৰ , মধ্য দশক হলো মাগফিৰাতৰ, শেষ দশক হলো নাজাতৰ।’ সাধাৰণতে কৈ থকা হয় যে প্রথম দশকত আল্লাহ তাআলাই তেওঁৰ বান্দাসকলৰ প্রতি ৰহমত অৰ্থাৎ দয়া বর্ষণ কৰি থাকে। দ্বিতীয় দশকত আল্লাহ তাআলা তেওঁৰ বান্ধাসকলক ক্ষমা কৰি থাকে। তৃতীয় দশকত জাহন্নামৰ পৰা নাজাত বা মুক্তি দি থাকে।সেয়েহে নবী (ছঃ) এ কৈছে যে তোমালোকে…

পবিত্ৰ ৰমজান বৰকতৰ এক শ্ৰেষ্ঠ মাহ

লেখকঃ শাহিনুৰ আলম ৰোজা বা ৰোযা (ফাৰ্চী روزہ ৰুজ়ে), সাউম (আৰবী صوم স্বাউম্‌), বা ছিয়াম হ’ল ইছলাম ধৰ্মৰ পাঁচটা মূল ভিত্তিৰ তৃতীয়। ছুবহে ছাদেকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰৰ পানাহাৰ আৰু লগতে যাৱতীয় ভোগ-বিলাসৰ পৰা বিৰত থকাৰ নামেই হৈছে ছিয়াম। ইছলামী বিধান অনুসৰি, প্ৰতিজন সবল মুছলিমৰ বাবে ৰমাদ্বান মাহৰ প্ৰতিদিন ছিয়াম (ৰোজা) ৰখা ফৰজ (فرض ফ়াৰ্দ্ব) বা অৱশ্য পালনীয়।■ ছিয়ামৰ অৰ্থ – ছিয়ামৰ…

en_USEnglish