Tag: quran

কোৰআনঃ আল্লাহৰ পৰা মানৱ জাতিলৈ এক উজ্জল পদ নিৰ্দশক।

ইছলাম ধৰ্মৰ পৱিত্ৰ ধৰ্মীয় গ্ৰন্থ হৈছে ‘’আলকোৰআন”।এই সমগ্ৰ বিশ্ববাসীক সঠিক পথৰ সথিক পথৰ সন্ধান দিয়ে, যিটো বাস্তৱয়িকভাৱে সকলো মানুহৰ কাৰণে গ্ৰহণ কৰাটো অপৰিহাৰ্য।পৱিত্ৰ কোৰআন শ্বৰীফ এনে এখন গ্ৰন্থ য’ত কেৱল ইবাদত বা উপাসনা পদ্ধতিৰ মাৰ্গ দৰ্শনৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ এই মহাগ্ৰন্থখনত আধ্যাত্মিক ,নৈতিক, পাৰিবাৰিক,ৰাজনৈতিক,অৰ্থনৈতিক, ৰাষ্ট্ৰীয়, ব্যৱসা-বাণিজ্য আৰু লেনদেন ইত্যাদিকে আদি কৰি মানৱ জীৱনৰ সমগ্ৰ দিশৰে সমাধান বিদ্যমান।পৱিত্ৰ কোৰআন শৰীফৰ যাবতীয় প্ৰকাৰৰ…

en_USEnglish