Tag: prohet muhammed

ইছলামৰ পূৰ্বে আৰৱ দেশ- নবীৰ জীৱনী (অংশ-১)

লেখক : জেহেৰুল ভূঞা আৰৱ দেশ বুলিলে আমি যি ভাবো এয়া হৈছে ৬ খ্ৰীষ্টাব্দৰ আগৰ কাল যি কালক আৰৱ দেশৰ অন্ধকাৰ ও অজ্ঞতাৰ দিন বুলি জ্ঞাত। আৰৱ সম্প্ৰদায়ৰ সংস্কৃতিৰ বিষয়ে জনাৰ আগতে আমি জনা উচিত যে প্ৰাচীন কালত আৰৱক চাৰিটা অঞ্চলত বিভক্ত কৰা হৈছিল । হিজাজ, দক্ষিণ আৰৱ, নাজদ আৰু পূৱ আৰৱ । এই চাৰিটা অঞ্চলৰ পৰাই আজিৰ সাতটা অঞ্চল অস্তিত্বত আহিছিল।…

হজৰত মুহাম্মদ (ছাঃ) এক পৰিপূৰ্ণ ব্যক্তিত্ব!

পূথিৱীৰ ভুকুত যেতিয়াই ধৰ্মৰ গ্লানি হৈছে , অধৰ্মৰ প্ৰাদুভাৱ বাঢ়িছে তেতিয়াই মানৱ জাতিক সঠিক পথৰ সন্ধান দিবৰ কাৰণে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তা মহান আল্লাহ তায়ালাই একে-একোজন উদ্ধাৰ কাৰী পঠাইছে। আৰু ইয়াৰ কালক্ৰমে পঠোৱা নবী সকলৰ সংখ্য হৈছে এক লাখ চব্বিছ হাজাৰতকৈ অধিক।ঠিক সেই বাবেই আল্লাহ তায়ালাই শেষ পয়গম্বৰ হিচাপে হজৰত মুহাম্মদ(ছাঃ) ক আমাৰ মাজলৈ পঠাইছে। ৰবীউল আওৱাল মাহৰ ১২ তাৰিখ ২৯ আগষ্ট ৫৭০…

en_USEnglish