Sharia

মোজাঁৰ ওপৰত মাছাহ কৰা

আমি কেতবোৰ সময়ত যেনে ,ঠান্ডা , বা কাটিলে আদি সময়ত উজু কৰিব নোৱাৰো । সেইবাবে আল্লাহ তালাই আমাৰ বাবে পাক হাছিল কৰা সহজ কৰি দিছে। যেনে ঠান্ডাৰ সময়ত চামৰাৰ মোজা পিন্ধি তাৰ ওপৰত মাছাহ কৰিলেই হব। আৰু হাত কটিলে বা ভাঙিলে আমি যদি বেন্ডজঁ বান্ধো তেতিয়াহলে তাৰ ওপৰত মাছাহ কৰিলেওঁ পাক পৱিত্ৰতা হাছিল হব। আৰু তাৰ দ্বাৰা আমি আল্লাহ তালাৰ ইবাদত কৰিব…

en_USEnglish