Quran

কোৰানৰ ফজিলত।

فضيلة القرآنইছলাম ধৰ্মৰ সকলোতকৈ পবিত্ৰ কিতাপ হৈছে কোৰান যিয়ে মানুহক বেয়া ৰাস্তাৰ পৰা ভাল ৰাস্তালৈ লৈ যায় । এই কতাপখন আল্লাহ তালাই হজৰ মোহাম্মদ (ছঃ) উপৰত নাজীল কৰিছে । আমাৰ জীৱনত যিবোৰ ৰাস্তা দৰকাৰী সেই সকলবোৰ বস্তু এই কোৰানত পোৱা যায় । আৰু এই কোৰআনৰ ইমান ফজিলত যে হজৰত ওমৰ (ৰাঃ) যেতিয়া হজৰত মোহাম্মদ (ছাঃ)ক হত্যা কৰিব বিচাৰিছিল কিন্তু তাৰ আগত যেতিয়া…

ছুৰা ফাতিহা

أعوذ بالله من الشيطان الرجيمমই আল্লাহৰ পৰা বহিস্কৃত চয়তানৰ পৰা আশ্ৰয় বিচাৰো।بسم الله الرحمن الرحىيمমই আৰম্ভ কৰো মহান কৰুনাময় আৰু দয়ালু আল্লাহৰ নামত ।الحمد لله رب العالمين. সকলো প্ৰশংসা সেইজন মহান আল্লাহৰ বাবে যিজন গোটেই বিশ্বব্ৰহ্মান্ডৰ প্ৰতি পালক ।الرحمن الرحيمযিজন ৰহমান আৰু ৰহিম ।مالك يوم الدينযিজন কিয়ামতৰ দিনৰ মালিক।إياك نعبد و إياك نستعينআমি কেৱল আপোনাৰ( আল্লাহৰ ) ইবাদত কৰো আৰু আপোনাৰ পৰাই…

en_USEnglish