Author page: aimoflife

আৰাফাৰ দিনৰ তাৎপৰ্য, গুৰুত্ব আৰু বৈশিষ্ট্য :

লেখকঃ শাহিনুৰ আলম(ইছলামী আৰু বস্তুনিষ্ঠ )১) বছৰৰ ১২ মাহত, চাৰি মাহ অৰ্থাৎ মহৰম, ৰজব, জী-ক্বা’দাহ, আৰু জীল-হাজ্জাহৰ যিদৰে উত্তম আৰু গুৰুত্ব তথা ফজীলতৰ অধিকাৰী, ঠিক তদৰূপ দিনৰ ভিতৰত চাৰিটা দিন, অৰ্থাৎ দুই ঈদ, শুকুৰবাৰ আৰু আৰাফাৰ দিনৰ তাৎপৰ্য আৰু গুৰুত্বও বিৰাট।সপ্তাহৰ ঈদৰ দিন গুৰুত্বপূৰ্ণ দিনটো হল শুকুৰবাৰ, তদৰূপ বছৰটোত উত্তম দিনটো হল আৰাফাৰ অৰ্থাৎ ৯ জীল-হাজ্জাহৰ দিনটো।( মিৰক্বাত- পৃষ্ঠা: ৩/২২৩, জামিউল উছূল)২)…

হজৰ মাহ ‘জিলহজৰ তাৎপর্য আৰু আমল:

লেখকঃ শাহিনুৰ আলম গোটেই পৃথিৱীৰ ধর্মপ্রাণ মুছলিম সকলে প্রতিবছৰ এমাহ ৰমজানৰ ৰোজা পালন কৰে। তাৰ পিছত ছাউৱাল আৰু জিলকদ— এই দুমাহ পাৰ হোৱাৰ পাছত আহে পবিত্র হজৰ মাহ জিলহজ।‘এতেকে, তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা।’(فصل لربك وانحر)চুৰাহ আল-কাউচাৰ, আয়াত: ০২)জিলহজৰ প্রথম দহ দিন অত্যন্ত তাৎপর্যপূৰ্ণ আৰু পুণ্যময়। হাদিছৰ বিভিন্ন বর্ণনা মতে, এই দহ দিন পৃথিৱীৰ অন্যতম শ্রেষ্ঠ দিন।কোৰ’আনত…

প্ৰতিবেশীৰ প্ৰতি কৰ্তব্য আৰু দায়িত্ব

লেখকঃ শাহিনুৰ আলম প্ৰতিবেশীৰ প্ৰতি তোমাৰ কৰ্তব্য কি সেয়া তুমি জানা নে ?তেওঁ তোমাৰ ওচৰত ‌‌ঋন বিচাৰিলে ঋন দিবা। তেওঁ অসুস্হ হ’লে শুশ্ৰূষা কৰিবা। তেওঁৰ মৃত্যু হ’লে জানাজাত যোগ দিবা।তেওঁৰ সুসংবাদত সন্তোষ প্ৰকাশ কৰিবা।অনুমতি অবিহনে তোমাৰ গৃহক ইমান ওখ নকৰিবা যাতে তেওঁৰ ঘৰত বতাহ প্ৰৱেশ কৰাত বাধা হয়। তেওঁক যন্ত্ৰণা নিদিবা।যদি কোনো ফল ক্ৰয় কৰা তেনেহ’লে সেইখিনি গোপনে ঘৰলৈ লৈ যাবা আৰু…

ইছলামৰ পূৰ্বে আৰৱ দেশ- নবীৰ জীৱনী (অংশ-১)

লেখক : জেহেৰুল ভূঞা আৰৱ দেশ বুলিলে আমি যি ভাবো এয়া হৈছে ৬ খ্ৰীষ্টাব্দৰ আগৰ কাল যি কালক আৰৱ দেশৰ অন্ধকাৰ ও অজ্ঞতাৰ দিন বুলি জ্ঞাত। আৰৱ সম্প্ৰদায়ৰ সংস্কৃতিৰ বিষয়ে জনাৰ আগতে আমি জনা উচিত যে প্ৰাচীন কালত আৰৱক চাৰিটা অঞ্চলত বিভক্ত কৰা হৈছিল । হিজাজ, দক্ষিণ আৰৱ, নাজদ আৰু পূৱ আৰৱ । এই চাৰিটা অঞ্চলৰ পৰাই আজিৰ সাতটা অঞ্চল অস্তিত্বত আহিছিল।…

ফিলিস্তিনি ইতিহাস (অংশ-৪)

লেখক :- জেহেৰুল ভূঞা যেনেকৈ আগৰ তিনিটা অংশত ফিলিস্তিনি ইতিহাসটো খ্ৰীষ্টপূৰ্বৰ পৰা আৰম্ভ কৰি ১৯৪৮ খ্ৰীষ্টাব্দলৈ অতি চুটিকৈ বৰ্ণনা কৰা হৈছিল। এইটো প্ৰবন্ধত ১৯৪৮ চনৰ পৰা আজিলৈ ঘটা মূল ইতিহাসৰ এক সূচী তৈয়াৰ কৰা হৈছে। যি ইতিহাসপ্ৰেমী আৰু নিৰপেক্ষ পঢ়ুৱৈসকলৰ বাবে উপযোগী হ’ব পাৰে। ১৯৪৮: আৰৱ-ইজৰাইল যুদ্ধ আৰম্ভ হয়।লাখ লাখতকৈও অধিক ফিলিস্তিনিক বিতাড়িত কৰা হৈছিল। ১৯৫৬: চুৱেজ সংকট (দ্বিতীয় আৰৱ-ইজৰাইলী যুদ্ধ)ৰাষ্ট্ৰপতি জামাল…

en_USEnglish