গুৱাহাটী মহানগৰীত চৈয়দ পৰিয়ালত ১৮৮৫ চনৰ ২১ মে তাৰিখত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আছিল স্বাধীন ভাৰতৰ (first premier of Assam) অসমৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তেওঁ এগৰাকী অসমৰ সূযোগ্য সন্তান হিচাপে স্বনাম ধন্য শিক্ষাবিদ হোৱাৰ বাহিৰেও এজন সুদক্ষ ৰাজনীতিবিধ আৰু আইনবিধ আছিল।
তেওঁ কটন কলেজৰ পৰা স্নাতকোত্তৰ গ্ৰহণৰ পিছত ১৯০৭ চনত আইন কলেজ গুৱাহাটীত স্নাতক ডিগ্ৰী লাভ কৰি উকালিত কৰিও খ্যাতি অৰ্জন কৰিছিল। ব্ৰিটিছ চৰকাৰে ১৯২৮ চনত Knighthood অৰ্থাৎ নাইটৰ সন্মান পদবী দিছিল যদিও তেওঁ পৰৱৰ্তী কালত অসীম দেশ প্ৰেমৰ স্বাৰ্থত সেই পদৱী ঘূৰাই দিছিল। আনকি তেওঁ তেওঁৰ শাসন কালত শিক্ষা আৰু উন্নয়ন ক্ষেত্ৰত অগ্ৰাধিকাৰ দি সকলো ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তনৰ বাট দেখুৱাই দিছিল। তেওঁ ১৯২৪ চনৰ পৰা ১৯২৯ চনলৈকে একেলগে শিক্ষা আৰু কৃষি মন্ত্ৰী হিচাপেঁও নিযুক্তি হৈ অসমৰ উন্নতিৰ হকে কাম কৰি গৈছিল।
প্ৰকৃত জাতিয় নায়ক আছিল। যদিও আজি অসমৰ একাংশ জনসাধাৰণে তেওঁৰ বিষয়ে নাজানে আনকি কোনো আলোচনীত তেওঁৰ বিষয়ে একো প্ৰকাশ নহয়। যিজনে অসমীয়াই অসমৰ কাৰণে গোটেই জীৱন উছৰ্গা কৰি
তেওঁ অসমৰ পৰা কি লাভ কৰিলে ?অসমে চৰকাৰী মাদ্ৰাছা বন্ধ কৰি চৈয়দ ছাদুল্লা আৰু মুছলিম লিগৰ এক মাত্ৰ অস্তিত্বক নিঃশেষ কৰিলে নেকি? এয়া এক খুবেই গভীৰ চিন্তনীয় বিষয়।

Show CommentsClose Comments

1 Comment

  • Suhail
    Posted January 8, 2021 at 6:28 pm 0Likes

    A leader, who lived for Assam people

Leave a comment

en_USEnglish